23/10/2026
অহা ২৬ অক্টোবৰ ২০২৬ তাৰিখে কঠালগুৰি মায়ামৰা নাঘৰত ২৫ জন মৃতকৰৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ দহিহা কৰিছে
কোনে কেনেকৈ পাৰে আহিব বুলি আমাৰ তৰফৰ পৰা আন্তৰিকতাৰে নিমন্ত্ৰণ জনালোঁ দেই
আজি তাৰেই কিছু কাম কৰিব আহিলো
#আদ্যশ্ৰাদ্ধ
#কঁঠালগুৰি
#ৰাজহুৱা_দহা
#অসমীয়া_পৰম্পৰা
#মায়ামৰা_সত্ৰ
#গেট_পেইণ্টিং
#ৰোহিত_গোঁহাই